পৃথিৱীৰ বিভিন্ন ভাষাত ৰচিত ভালেমান কালজয়ী সাহিত্যৰ ৰচনা বোধকৰো সম্ভৱ নহ’লহেঁতেন, যদিহে এনে সৃষ্টিৰ আঁৰত থকা লিখকসকলৰ জীৱনলৈ গভীৰ বিষাদ অথবা বুকুৰ আপোনজনক হেৰুৱাৰ বেদনা নামি নাহিলহেঁতেন | ঠিক সেইদৰে আন বহুতো মহত্ লিখনিৰ সৃষ্টি লিখকৰ কাৰাবন্দী অৱস্থাত | নিঃসঙ্গতাই যিদৰে মানুহক ব্যথিত কৰি তোলে, সেইদৰে আত্মোপলব্ধি আৰু আত্ম-বিশ্লেষণৰো সুযোগ দিয়ে | আৰু আছে ...'প্ৰস্তাৱনা : মোৰ অনুভৱ' চাওক